ডিজিটেল ডেস্কঃ বহু সময়ত বহু কথা ছচিয়েল মিডিয়াত চৰ্চিত হৈ পৰে। শেহতীয়াকৈ ছচিয়েল মিডিয়াত চৰ্চিত হোৱা তেনে এটা খবৰ হৈছে জ্যোতিষ শাস্ত্ৰই কোৱা এটা খবৰ। জ্যোতিষ শাস্ত্ৰই কোৱা বুলি দাবী কৰি বহু সংবাদ পৰ্টেলে এই খবৰ প্ৰকাশ কৰিছে।এয়া ঠিক খবৰ নহয় এক তথ্যহে। চৰ্চা অনুসৰি ইংৰাজী নামৰ আগত থকা এই আখৰ দুটাৰ নামৰ ছোৱালীয়ে স্বামীৰ মৰমৰ পৰা বঞ্চিত হয়। সেই আখৰ দুটা হৈছে- P আৰু K
যিবোৰ ছোৱালীৰ নাম ‘P’আখৰেৰে আৰম্ভ হয় তেওঁলোক কেতিয়াও স্বামীৰ পৰা সুখত থাকিব নোৱাৰে। আচলতে এইটো নামৰ ছোৱালীয়ে স্বামীৰ পৰা বেছি পৰিমানে মৰম পোৱাৰ আশা কৰে আৰু তেওঁলোকৰ স্বামীয়ে মাত্ৰ তেওঁৰ ওপৰতেই ধ্যান দিয়াটো বিচাৰে। সকলো কথা খুলি কোৱাটো বিচাৰে যাতে সম্পৰ্কটো গাঢ় হৈ থাকে। তেওঁলোকৰ সদায় নিজৰ ভালপোৱা হেৰুৱাৰ ভয় লাগি থাকে যাৰ বাবে এই ছোৱালীবোৰ সদায় দুখত থাকে।
যিবোৰ ছোৱালীৰ নাম ‘K’ আখৰেৰে আৰম্ভ হয় তেওঁলোকো নিজৰ স্বামীৰ পৰা সুখী নহয় । ইয়াৰ আচল কাৰণ হৈছে এইটো আখৰৰ ছোৱালীয়ে প্ৰায় নিজৰ স্বামীক সন্দেহ কৰে। অৱশ্যে তেওঁলোক স্বভাৱৰ ফালৰ পৰা বেয়া নহয়। কিন্তু তেওঁলোকে স্বামীক কাৰো লগত ভাগ কৰিব নিবিচাৰে। সেইবাবেই এই ছোৱালীবোৰ প্ৰায় দুখী হৈ থাকে । তেওঁলোকে সদায় এইটো বিচাৰে যাতে স্বামিয়ে ২৪ ঘণ্টাই তেওঁলোকক মৰম দি থাকক। যেতিয়া তেওঁলোকৰ এই ইচ্ছা পূৰণ নহয় তেতিয়া তেওঁলোকে স্বামীৰ ওপৰত অভিমান কৰে। আৰু তাৰ পাছত তেওঁলোক স্বামীৰ পৰা সুখ লাভ নকৰে।
(সংগৃহীত)