1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 3:17 pm

আজি অসমে পাব নতুন মুখ্য সচিব…

  • Update Time : Wednesday, August 31, 2022
  • আজি ৰাজ্যৰ মুখ্য সচিব পদৰ পৰা অৱসৰ গ্ৰহণ কৰিব জিষ্ণু বৰুৱাই।
  • জ্যেষ্ঠ আই এ এছ বিষয়া তথা ৰাজ্যখনৰ অতিৰিক্ত মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰে আজি কাৰ্য্যভাৰ গ্ৰহণ কৰিব মুখ্য সচিব ৰূপে ।
  • এই পদত কাৰ্য্যভাৰ গ্ৰহণ কৰিব লগীয়া বৰঠাকুৰ বৰ্তমান ৰূপান্তৰ আৰু উন্নয়ন, সাংস্কৃতিক আৰু পৰ্য্যটন বিভাগৰো মুখ্য সচিব হোৱাৰ উপৰিও অসম প্ৰশাসনিক ন্যায়াধিকৰণ বিভাগৰ অধ্যক্ষ পদত কৰ্মৰত ।
  • মুখ্য সচিব পদৰ পৰা অৱসৰ ল’লেও নিৰ্ধাৰিত কাৰ্য্যকালৰ অন্ত নপৰালৈ অসম শক্তি বিতৰণ খণ্ডৰ অধ্যক্ষ ৰূপেই থাকিব জিষ্ণু বৰুৱা ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme