1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 12:23 pm
Trending:
আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу

নেপালত বিমান দুৰ্ঘটনাঃ এগৰাকী বাচিল! ৬৮গৰাকীৰ ভিতৰত ৬৭গৰাকীৰ মৃতদেহ উদ্ধাৰ…

  • Update Time : Sunday, January 15, 2023

ডিজিটেল ডেস্কঃ দেওবাৰে নেপালত সংঘটিত হয় ভয়ংকৰ বিমান দুৰ্ঘটনা। নেপালৰ Civil Aviation Authorityএ শেহতীয়াকৈ সদৰি কৰা তথ্য অনুসৰি এই দুৰ্ঘটনাত ৬৭গৰাকীকৈ লোকৰ মৃত্যু হৈছে।  বিমানখনত ৬৮গৰাকী যাত্ৰী আৰু ৪গৰাকী কেবিন ক্ৰুৰ মেম্বাৰ আছিল বুলিও সদৰি কৰিছে বিভাগটোৱে।

Nepal Plane Crash Live: Nepal Plane Crash Live Updates: Death Toll Rises To  68, Search Operation Stopped Due To Darkness

ইফালে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰন এতিয়ালৈকে সদৰি কৰা নাই Civil Aviation Authorityএ।  এটা ওখ পাহাৰত খুন্দা মাৰি এখন নদীত পৰেগৈ যাত্ৰাবাহী বিমানখন। ৭২জন  যাত্ৰীৰ বাবে আসন থকা এই বিমানখনত ভাৰতৰো কেইবাগৰাকী যাত্ৰী আছিল বুলি জানিব পৰা গৈছে।

Confusion Over Landing Before Nepal Plane Crash Killed 49 - Bloomberg

নেপালৰ পোখৰা অঞ্চলত সংঘটিত হোৱা এই দুৰ্ঘটনাক লৈ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰাৰ লগতে নেপাল চৰকাৰৰ সৈতে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা যোগাযোগ অব্যাহত ৰাখিছে।

Nepal Plane Crash Highlights: At least 68 bodies recovered from aircraft  carrying 72; search operation halted

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme