ডিজিটেল ডেস্কঃ বাতৰিটো পঢ়াৰ আগতে চাই লওঁক তলৰ ফটোখন।
ফটোখনত থকা এই পুৰণি ১টকীয়া নোটখন আপোনাৰ ওচৰত আছে নেকি! যদিহে আছে তেন্তে এই নোটখন বেচি আপুনি উপাৰ্জন কৰিব পাৰে ৪২হাজাৰ টকা পৰ্যন্ত ধন। coinbazzar.comত গৈ আপুনি অনলাইনযোগে এই নোটখন বেচিব পাৰিব আপুনিও।
এতিয়া কথা হল এই নোটখনত কি থাকিলে আপুনি ৪২হাজাৰ টকাত বিক্ৰী কৰিব পাৰিব। প্ৰথম কথা হল এই নোটখন হৈছে ৩০বছৰ পুৰণি নোট। এই নোটখনত থাকিব লাগিব ৭৮৬৭৮৬সংখ্যাটো। এই নোটখনত থাকিব S Venkitaramananৰ চহীও।
এই সকলোখিনি থকা এই বিশেষ নোটখন যদি আপোনাৰ ওচৰতো আছে তেন্তে আপুনি ঘটিব পাৰে ৪২হাজাৰ টকা।