1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:06 am

নামৰূপত ভয়ংকৰ ঘটনাঃ শিল কোঁৱেৰীৰ মেচিনত সোমাল ৩গৰাকী মহিলা…

  • Update Time : Monday, December 12, 2022
  • নামৰূপত  সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।
  • শিলৰ কোঁৱেৰীৰ মেচিনত সোমাল তিনিগৰাকীকৈ মহিলা।
  • পিংকু সিং নামৰ লোকজনৰ কোঁৱেৰীত এই ঘটনা।
  • আহত মহিলা কেইগৰাকীৰ নাম- ৰশ্মিতা তাঁতী, অনিতা হৰিজন আৰু সুনিতা তাঁতী।
  • উন্নত চিকিৎসাৰ বাবে আটাই কেইগৰাকীক ডিব্ৰুগড়লৈ প্ৰেৰণ।
  • বৰ্তমান তেওঁলোকৰ স্বাস্থ্য সুস্থিৰ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme