ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন চহৰৰ নাম সলনিৰ প্ৰক্ৰিয়া ইতিমধ্যেই আৰম্ভ হৈছে। এইবাৰ সলনিৰ দিহা কৰা হৈছে লক্ষ্ণৌ চহৰৰ নাম। এতিয়াৰে পৰা লক্ষ্ণৌক জনা যাব লক্ষ্মণপুৰ হিচাপে। যোগী নেতৃত্বাধীন চৰকাৰে লৈছে এই গুৰুত্বপূৰ্ণ পদক্ষেপ৷
বিগত বিছুদিন পূৰ্বে দিল্লীৰ প্ৰায় ৪০ টা অঞ্চলৰ নাম সলনিৰ বাবে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছিল। দিল্লীৰ এলেকাকেইটাৰ নাম সলনিৰ প্ৰক্ৰিয়া চলি থাকোতেই সলনি হ’ল লক্ষ্ণৌৰ নাম। লক্ষ্ণৌৰ সলনি লক্ষ্মণপুৰ হিচাপে এতিয়াৰে পৰা জনা যাব লক্ষ্ণৌক। লক্ষ্মণৰ নামেৰে এতিয়াৰে পৰা জনা যাব এই চহৰক৷