1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 23, 2024, 12:16 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

মা, মই জয়ন্তৰ কাৰণে বিহ খাব লগা হ’লঃ প্ৰেমৰ বাবেই নলবাৰীত ছাত্ৰীয়ে কৰিলে আত্মহত্যা…

  • Update Time : Wednesday, September 14, 2022

ডিজিটেল ডেস্কঃ তথাকথিত প্ৰেমৰ বাবে সকলো পাহৰি জীৱনৰ চৰম সিদ্ধান্ত বাচি ললে নলবাৰীৰ এগৰাকী ছাত্ৰীয়ে। প্ৰেমজনিত কাৰণত বিহপান কৰি ছাত্ৰী গৰাকীয়ে ছুইচাইড নোটত লিখে এনদৰে-

“মা মোক তুমি বেয়া নাপাবা ৷ মই এই সিদ্ধান্ত ল’ব লগা হ’ল ৷ মা মই জয়ন্তৰ কাৰণে বিহ খাব লগা হ’ল ৷ জয়ন্ত আৰু মোৰ মাজত সদায় কাজিয়াৰ সৃষ্টি হয় ৷ মই তাক বেয়া বস্তু খোৱাৰ মানা কৰাৰ স্বত্বেও সি সদায় খায় আৰু মই খাবলৈ মানা কৰিলে সি মোৰ লগত কাজিয়া কৰে ৷ মই বিহ খোৱাৰ বাবে জগৰীয়া জয়ন্ত কলিতা ৷ সি মোক মিছাতে সন্দেহ কৰি মোবাইলৰ ছিমখন লৈ গৈছে ৷”

 

ছাত্ৰীগৰাকীৰ মৃত্যুৰ পাছতে সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। আৰক্ষীয়ে অভিযুক্ত জয়ন্তক বিচাৰি আৰম্ভ কৰিছে তদন্তৰ।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme