1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 12:26 pm

নগাওঁ এনকাউন্টাৰত আৰক্ষীৰ ভুল আছিল, চাকৰি গ’ল SI প্ৰদীপ বণিয়াৰ…

  • Update Time : Tuesday, February 8, 2022

ডিজিটেল ডেস্কঃ নগাওঁ এনকাউন্টাৰত আৰক্ষীৰ ভুল আছিল।  নগাৱৰ ছাত্ৰ_নেতা  কীৰ্তিকমল বৰাক  এনকাউন্টাৰ_কৰাটো_আৰক্ষীৰ_ভুল_আছিল। SI প্ৰদীপ বণিয়াক তাৎক্ষনিকভাৱে চাকৰিৰ পৰা নিলম্বনৰ নিৰ্দেশ ।নগাৱৰ এন্টি_নাৰ্কটিক_স্কোৱাড ভঙ্গৰ নিৰ্দেশ। স্কোৱাডৰ প্ৰতিজন সদস্যক অন্য জিলালৈ বদলিৰ নিৰ্দেশ।নগাও কাণ্ডত জড়িত প্ৰতিজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে তদন্ত হ’ব। CIDৰ উচ্চপদষ্ট বিষয়াক তদন্ত কৰিবলৈ প্ৰতিবেদনত নিৰ্দেশ। DGPক ব্যৱস্থা ব্যৱস্থা গ্ৰহনৰ চৰকাৰৰ। অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে ৰাজ্য চৰকাৰক নগাও কাণ্ডৰ প্ৰতিবেদন দাখিল কৰে মঙলবাৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme