1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 3:17 pm

৫বছৰৰ আৰক্ষীৰ মূৰৰ কামোৰণি ‘ইফু’লৈ আনন্দ মিশ্ৰ বাহিনীৰ গুলী…

  • Update Time : Monday, December 6, 2021

ডিজিটেল ডেস্কঃ একশ্যন মুডত অসম আৰক্ষী। অপৰাধীয়ে পলাবলৈ চেষ্টা কৰিলেই অসম আৰক্ষীয়ে গুলী চলোৱাতো শেহতীয়াকৈ এক নিয়মত পৰিণত হৈছে। শেহতীয়াকৈ কেইবাশ অপৰাধীক পলাবলৈ লওতেই গুলীয়াই পুনৰ কৰায়ত্ত্ব কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে।

সোমবাৰে নগাঁৱত পুনৰ কুখ্যাত ম’ষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়াক গুলীয়াই কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষী। ম’ষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া ইফু ওৰফে আব্দুল বাছেট গুলীবিদ্ধ হৈছে আৰক্ষীৰ গুলীত । বিগত ৫বছৰত আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছিল এই ড্ৰাগছ মাফিয়া ইফু ওৰফে আব্দুল বাছেট।  নগাঁৱৰ আজাদ নগৰত আৰক্ষীয়ে অভিযান চলাওতেই এই ঘটনা সংঘটিত হৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme