1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:32 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

ভয়ংকৰঃ অসমৰ এইখন জিলাৰ মুছলিম বিবাহৰ ৪৪.৫ শতাংশ বিবাহেই বাল্য বিবাহ…

  • Update Time : Tuesday, July 26, 2022
  • বাল্য বিবাহক লৈ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাত প্ৰকাশ পাইছে বিস্ফোৰক তথ্য ।
  • দক্ষিণ শালমাৰা মানকাচৰ জিলাত ইতিমধ্যে সম্পন্ন হোৱা মুছলিম বিবাহৰ ৪৪.৫ শতাংশ বিবাহ বাল্য বিবাহ
  • ২০১৯-২০ বৰ্ষত ৰাষ্ট্রীয় পৰিয়াল স্বাস্থ্য সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য।
  • এই ঘটনাক লৈ ১৯ জুলাইত জিলা প্ৰশাসনে মুঠ ২৬ টা বিভাগৰ মুৰব্বী সকলক লৈ এখন জৰুৰী সভা অনুষ্ঠিত কৰে
  • এই সভাখনৰ জৰিয়তে জিলা প্ৰশাসনে বাল্য বিবাহ বন্ধ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে।
  • আগন্তুক সময়ত সকলোৱে একেলগে কাম কৰাৰ পোষকতা জিলা প্ৰশাসনৰ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme