1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 3:13 pm

বাৰে বাৰে পলায়নৰ চেষ্টাঃ পৰেশ বৰুৱাই চাইফুলক দিলে মৃত্যুদণ্ড…

  • Update Time : Wednesday, August 31, 2022
  • আলফা স্বাধীনৰ পুনৰ চৰম সিদ্ধান্ত।
  • শিবিৰ এৰি পলাবলৈ চেষ্টা কৰা সদস্যক মৃত্যুদণ্ড।
  • এটা ভিডিঅযোগে এই কথা সদৰি কৰিছে আলফা স্বাধীনে।
  • মহম্মদ চাইফুল ইছলাম ওৰফে কৰ্পৰেল ৰিহন অসমক মৃত্যুদণ্ড।
  • ভিডিঅত নিজ মুখে অপৰাধ কৰা বুলি স্বীকাৰ কৰিছে ৰিহনে।
  • এবাৰ পলায়ন কৰোতে পুনৰ পলায়ন নকৰো বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিছতো পলায়ন কৰিছিল চাইফুলে

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme