1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 12:28 pm

ৰাহুল গান্ধীৰ মাহিলি দৰমহা কিমান, জানেনে?

  • Update Time : Saturday, April 30, 2022

ডিজিটেল ডেস্কঃ আপুনি জানেনে ৰাজনৈতিক নেতাসকলে কিমান দৰমহা পায়। হয়তো একাংশই জানে আৰু একাংশই নাজানে। কংগ্ৰেছ অধ্যক্ষৰ পদৰ পৰা পদত্যাগ কৰাৰ পাছত ৰাহুল গান্ধীয়ে বৰ্তমান মাহিলি কিমান টকাৰ দৰমহা পায় জানেনে! কংগ্ৰেছ নেতাগৰাকী হৈছে লোকসভাৰ এগৰাকী সাংসদ। বৰ্তমান ৰাহুল গান্ধী কেৰালাৰ ৱায়ানাড লোকসভা সমষ্টিৰ সাংসদ। সাংসদ হিচাপে ৰাহুল গান্ধীয়ে চৰকাৰৰ পৰা লাভ কৰে মাহিলি এক লাখ টকাৰ দৰমহা।

ইয়াৰ উপৰিও এগৰাকী MP বা সাংসদে কি কি পায়, জানি লওঁক…

◆ মাহিলী দৰমহা ১,০০,০০০ টকা ,
◆ মাহিলী সমষ্টি ভাত্তা ৭০,০০০ টকা ,
◆ মাহিলী অফিচ খৰচ ৬০,০০০ টকা ,
◆ অধিবেশন থাকিলে প্ৰতিদিনে ২,০০০ টকা ,
◆ ফ্লাইটত বিনামূলীয়া অহাযোৱা(বছৰত ৩৪ বাৰ),
◆ ৰেলত বিনামূলীয়া অহাযোৱা ,
◆ বাছত বিনামূলীয়া অহাযোৱা ,
◆ থকা ঘৰ বিনামূলীয়া ,
◆ পানী বিনামূলীয়া ,
◆ বিদ্যুৎ বিনামূলীয়া ,
◆ ফোন বিনামূলীয়া ,
◆ ইন্টাৰনেট বিনামূলীয়া ,
◆ চিকিৎসা বিনামূলীয়া ,
◆ গাড়ীৰ ইন্ধন বিনামূলীয়া ,
◆ প্ৰতি পাচঁ বছৰৰ পিছত আজীৱন পেঞ্চন

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme