1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 23, 2024, 1:01 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

ৰাতিপুৱা শুই উঠি এই ৪টা কাম নকৰিলে আপুনি ধনী হোৱাটো নিশ্চিত…

  • Update Time : Thursday, July 21, 2022

ডিজিটেল ডেস্কঃ সুখৰ জীৱন এটা কটাবলৈ কাৰনো মন নাযায়। কিন্তু আমি কৰা কিছুমান কামেই আমাৰ জীৱনলৈ কঢ়িয়াই আনে অশান্তি বা দৰিদ্ৰতা কঢ়িয়াই আনে। ৰাতিপুৱা শুই উঠি মানুহে এইকেইটা কাম বিশেষকৈ কৰিব নালাগে। এই কামকেইটা নকৰিলে মানুহৰ জীৱন সুখৰ লগতে ধন-ঐশ্বৰ্যৰ ক্ষেত্ৰতো বেয়া দিন নাহে।

ৰাতিপুৱা নকৰিবলগীয়া এই ৪টা কাম হৈছে-

১. ৰাতিপুৱা ৪ ৰ পৰা ৭ বজাৰ সময়তো হৈছে ব্ৰহ্মকাল। এই সময়ছোৱাত মানুহে ভোগ বাসনাত লিপ্ত হব নালাগে। এই সময়ছোৱাত ভোগ বাসনাত লিপ্ত হলেই আমাৰ দৰিদ্ৰ হোৱাৰ সময় চাপি আহে।

২. ৰাতিপুৱা শুই উঠাৰ পাছত পোনে পোনে নিজৰ চেহেৰাতো আইনাত চাব নালাগে। ইও দৰিদ্ৰতাক প্ৰকট কৰে।

৩.ৰাতিপুৱা শুই উঠাৰ পাছত আমি কেতিয়াও এনেকুৱা দৃশ্য চাব নালাগে য’ত কাজিয়া হৈ থাকে। যেনে পশু পক্ষীয়ে কাজিয়া কৰা ফটো, ভিডিও আদি চাব নালাগে। মানুহেই হওক বা জীৱ জন্তুৱেই হওক কাৰো মাজত বাদ বিবাদ হোৱা চাব নালাগে। আৰু লগতে নিজৰ ঘৰখনতো কাৰো লগত কাজিয়া নকৰিবলৈ চেষ্টা কৰিব লাগে।

৪. শুই উঠিয়েই মুখ নোধোৱাকৈ কেতিয়াও আহাৰ গ্ৰহণ কৰিব নালাগে। প্ৰায় মানুহে ৰাতি ভোকত আহাৰ গ্ৰহণ নকৰাকৈ শুই যায় কিন্তু পুৱাই সাৰ পাই খাবলৈ ধৰে । কিন্তু এনে কেতিয়াও কৰিব নালাগে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme