1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 5:46 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

কাকোৱেই নিৰাশ নকৰেঃ মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰাৰ শপতগ্ৰহণ উপস্থিত থাকিব প্ৰধানমন্ত্ৰী…

  • Update Time : Sunday, March 5, 2023

ডিজিটেল ডেস্কঃ কেৱল মেঘালয়েই নহয়। নাগালেণ্ড আৰু ত্ৰিপুৰাৰ শপতগ্ৰহণ অনুষ্ঠানটো উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।  এই কথা শেহতীয়াকৈ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে সদৰি কৰিছে।  উল্লেখ কৰা প্ৰয়োজন যে,  ৭ মাৰ্চত নাগালেণ্ড আৰু মেঘালয়ত আৰু ৮ মাৰ্চত ত্ৰিপুৰাত নতুন মুখ্যমন্ত্ৰীয়ে শপতগ্ৰহণ কৰিব ।

উল্লেখ কৰা প্ৰয়োজন যে,  ২ মাৰ্চত তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ পাচতে বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰীয়ে এই মন্তব্য কৰিছিল – উত্তৰ-পূবৰ তিনি ৰাজ্যত বিজেপিৰ সুন্দৰ ফলাফল প্ৰদৰ্শনে গণতন্ত্ৰ আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াত জনসাধাৰণৰ আস্থাকে পুনৰবাবৰ প্ৰতীয়মান কৰিছে ।

ইফালে তিনি ৰাজ্য়ৰ ভিতৰত দুখন ৰাজ্যত মিত্ৰজোটঁৰ চৰকাৰ গঠন হলেও বিজেপিয়ে এই তিনিও ৰাজ্যক নিৰ্বাচনক অন্যতম সফলতা হিচাপে গ্ৰহণ কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme