1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 2:25 pm

সকলোৰে মুখত হাঁহিঃ ৭০হাজাৰ নিবনুৱাক একেলগে নিযুক্তি পত্ৰ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে…

  • Update Time : Saturday, July 22, 2023

ডিজিটেল ডেস্কঃ নিবনুৱাসকলৰ বাবে এক আশাৰ বতৰা।  ২২জুলাই ২০২৩ তাৰিখে পুৱা ১০.৩০বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ ৭০হাজাৰ নিবনুৱাক একেলগে প্ৰদান কৰিলে চাকৰিৰ নিযুক্তি পত্ৰ।

দেশৰ প্ৰায় ৪৪টা স্থানত অনুষ্ঠিত হোৱা ৰোজগাৰ মেলাৰ জৰিয়তে এই ৭০হাজাৰ নিযুক্তি পত্ৰ প্ৰদান কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। উল্লেখ কৰা প্ৰয়োজন যে, ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে এই নিযুক্তি পত্ৰ প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে।

চৰকাৰী আৰু বেচৰকাৰী বিভিন্ন দপ্তৰত এই নিযুক্তিসমূহ প্ৰদান কৰা হৈছে।  নিযুক্তি পত্ৰ প্ৰদান কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, আজিৰ দিনটো এটা উল্লেখযোগ্য দিন। কিয়নো আজিৰ দিনটোতে আমাৰ দেশৰ পতাকাক সাংবিধানিকভাৱে গ্ৰহণ কৰা হৈছিল।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme