1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 3:08 pm

দুবটল মদৰ বাবে ভাগিনক হত্যা মোমায়েকৰ…

  • Update Time : Thursday, August 17, 2023

ডিজিটেল ডেস্কঃ মৰিগাঁও মোমায়েকৰ ঘৰত ফুৰিব আহি মৃত্যু হল বহমপুৰ ভাগিন। নিজ ভাগিনক হত্যা কৰি গ্ৰেপ্তাৰ হল মামা । মোমাই ভাগিনে মিলি মদ্যপান কৰাৰ লগতে লগত লৈ আনিছিল দুবটল মদ। কিন্তু মোমাইকে গম নোপোৱাকৈ ভাগিনীয়েকে সেৱন কৰি পেলালে সুৰা খিনি। তাতেই খৰ্গগ্ৰস্ত হৈ ভাগিনীয়েকক কৰিলে হত্যা।

শুকুৰবাৰে মৰিগাঁওত সংঘটিত হৈছিল এই লোমহর্ষক ঘটনা। নিজ ভাগিনক হত্যা কৰি আত্মগোপন কৰি আছিল হেমচন্দ্র নাথ নামৰ এজন অৱসৰপ্ৰাপ্ত সেনা জোৱান জনে। অৱশেষত মৰিগাঁওৰ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে হত্যাকাৰী মোমাইকক।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme