1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 8:21 am

উন্নত চিকিৎসাৰ বাবে বিধায়ক অখিল গগৈক নিয়া হ’ব দিল্লীলৈ…

  • Update Time : Sunday, October 30, 2022
  • উন্নত চিকিৎসাৰ বাবে বিধায়ক অখিল গগৈক নিয়া হ’ব দিল্লীলৈ।
  • বৰ্তমান জি এম চি এইছত ভৰ্তি হৈ আছে অখিল গগৈ।
  • হৃদৰোগত ৰোগত আক্ৰান্ত অখিল গগৈ।
  • জটিল অস্ত্ৰোপ্ৰচাৰৰ প্ৰয়োজন হ’ব শিৱসাগৰ সমষ্টিৰ বিধায়ক গৰাকীক।
  • বিভিন্ন জন অনুৰাগীয়ে আশু আৰোগ্য কামনা কৰিছে বিধায়কগৰাকীৰ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme