1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 12:23 pm

দিনে ১৭টকাকৈ জমা কৰি লাভ কৰক ১কোটি টকা!

  • Update Time : Saturday, April 30, 2022

ডিজিটেল ডে্স্কঃ ভৱিষ্যতক লৈ কিবা পৰিকল্পনা কৰিছেনে! যদিহে কৰা নাই তেন্তে আপোনাৰ বাবে আছে এটা বিশেষ পৰিকল্পনা। যি পৰিকল্পনাৰ জৰিয়তে আপুনি প্ৰতিদিনে মাত্ৰ ১৭টকা জমা কৰি লাভ কৰিব কোটি টকা।

মিচুৱেল ফাণ্ডৰ জৰিয়তে আপুনি প্ৰতিমাহে ৫০০টকাকৈ জমা কৰিলে আপুনি লাভ কৰিব পাৰে ১.১৬কোটি পৰ্যন্ত টকা। এই ৫০০টকা প্ৰতি দিনত ভাগ কৰিলে হব ১৬.৬৬টকা। বিগত কিছুবছৰৰ পৰা মিচুৱেল ফাণ্ডে গ্ৰাহকক প্ৰায় ২০শতাংশৰো অধিক সূদত ঘূৰাই দিছে ধন।

আপুনি যদি প্ৰতিমাহে ৫০০টকা অথাত প্ৰতিদিনে ১৭টকাকৈ জমা কৰে তেন্তে ২০বছৰত জমা হব ১.২লাখ টকা। ২০বছৰত প্ৰতিবছৰত ২০শতাংশ সূদত আপোনাৰ পইচা মুঠ জমা হব ৭লাখ ৮হাজাৰ টকা। যদিহে আপুনি মিছুৱেল ফাণ্ডত মাহে ৫০০টকাকৈ ৩০বছৰৰ বাবে ধন জমা কৰে তেন্তে ২০শতাংশ সূদেৰে মুঠ ১.১৬কোটি টকা ঘূৰাই পাব।

বিঃদ্ৰঃ এই সন্দৰ্ভত আপোনালোকে কোনো বিশেষজ্ঞৰ বা জনা লোকৰ সহায় লব পাৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme