1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 2:51 am

কাইলৈৰ পৰা গাখীৰ কিনিবলৈ যাওতে জেপত ২টকা বেছিকৈ নিয়ক…

  • Update Time : Monday, February 28, 2022

ডিজিটেল ডেস্কঃ ১মাৰ্চৰ পৰা গাখীৰ কিনিবলৈ যাওতে জেপত ২টকা বেছিকৈ লৈ যাওক। কিয়নো ১মাৰ্চৰ পৰা বাঢ়িব আমুল গাখীৰৰ দাম। প্ৰতি লিটাৰ গাখীৰত ২টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে আমূলে। GCMMFয়ে ১মাৰ্চৰ পৰা এই নতুন নিৰিখ প্ৰযোজ্য হোৱাৰ কথা ঘোষণা কৰিছে। সমগ্ৰ দেশত এই নতুন নিৰিখ প্ৰযোজ্য হব। বিগত কেইবাবছৰ ধৰি আমূলে প্ৰতি বছৰে প্ৰতিলিটাৰত ২টকাকৈ দাম বৃদ্ধি কৰি আহিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme