1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 5:54 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

ভাৰতক উত্তৰ পূব কন্যা মীৰাবাঈয়ে দিলে প্ৰথমটো স্বৰ্ণ পদক…

  • Update Time : Saturday, July 30, 2022

ডিজিটেল ডেস্কঃ কমনৱেলথ গেমছত ভাৰতলৈ প্ৰথমটো স্বৰ্ণৰ পদক আজুৰি আনিলে উত্তৰ-পূবৰ জীয়াৰী মীৰাবাঈ চানুয়ে। ৪৯ কেজি শাখাত মীৰাবাঈয়ে লাভ কৰিলে এই পদক। খেলৰ প্ৰথম প্ৰচেষ্টাতে তেওঁ  ৮৪ কেজি  ডাঙিবলৈ সক্ষম হয়। ইয়াৰ পিছত তেওঁ ৮৮ কেজি আৰু তৃতীয় প্ৰচেষ্টাত ৯০ কেজি ভাৰ উত্তোলন কৰে। দ্বিতীয় প্ৰচেষ্টাৰ ৮৮ কেজি ওজনৰ ভাৰ উত্তোলন কৰি ক্ৰীড়া ইতিহাসৰ এক ৰেকৰ্ড হিচাপে পৰিগণিত হয়।

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme