1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 10:44 pm

সংবাদ মাধ্যমৰ মায়া এৰিলে মায়াৱতীয়ে…

  • Update Time : Saturday, March 12, 2022

ডিজিটেল ডেস্কঃ সহ্য কৰে কেনেকৈ। উত্তৰ দিব কেনেকৈ।  নিৰ্বাচনত বেয়াকৈ মুখ ঠেকেচা খোৱাৰ পিছত এতিয়া সংবাদ মাধ্যমক বয়কট কৰিছে বহুজন সমাজবাদী পাৰ্টী তথা দলটোৰ নেত্ৰী মায়াৱতীয়ে। মুঠ ৪০৩ খন আসনৰ ভিতৰত উত্তৰ প্ৰদেশৰ মাত্ৰ ১ খন আসন হে লাভ কৰিবলৈ সক্ষম হ’ল বহুজন সমাজবাদী পাৰ্টীয়ে। ইয়াৰ পাছতে অস্তিত্বহীন হোৱাৰ আশংকাত ভূগিব লগীয়া হোৱাত এতিয়া দলটোৱে এতিয়া বয়কট কৰিছে সকলো সংবাদমাধ্যমক।

তেওঁলোকৰ অভিযোগ সংবাদ মাধ্যমে জাতিভেদ মনোভাৱ অৱলম্বন কৰিছে। সেয়েহে বহুজন সমাজবাদী পাৰ্টীৰ কোনো মুখপাত্ৰই এতিয়াৰে পৰা টেলিভিছন চেনেলসমূহৰ বিতৰ্কত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme