ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ৰাজ্যত পৰকীয়া প্ৰেমৰ সংখ্যা বৃদ্ধি পাইছে। কিন্তু শেহতীয়াকৈ এক বিশেষ মনোবৈজ্ঞানিক সমীক্ষাত ধৰা পৰিছে ইয়াৰ আঁৰৰ কাৰন। লৰাবোৰ বিবাহিত মহিলাৰ প্ৰেমত পৰাৰ কাৰন হৈছে- বিবাহিত মহিলাৰ কোনো ধৰণৰ Attitude নাথাকে । ল’ৰাবোৰে কোৱা সকলো কথা তেওলোকে মানি লয়। ছোৱালীতকৈ বেছি মহিলাই ল’ৰাৰ যত্ন লয়।
আনফালে ছোৱালীতকৈ বিবাহিত মহিলাক অধিক যত্নশীল সংগী বুলি গণ্য কৰা হয়। বিয়াৰ পিছত তেওঁ সদায় নিজৰ পৰিয়ালক লৈ চিন্তিত হৈ থাকে। ল’ৰাবোৰে নাৰীৰ এই কেয়াৰিং মনোভাৱটো বৰ ভাল পায়।
ইফালে বিবাহৰ পিছত মহিলাৰ হৰম’নৰ পৰিৱৰ্তন ঘটে। ইয়াৰ বাবেই তেওঁলোকৰ ছালখন বহুত জিলিকিবলৈ আৰম্ভ কৰে। নাৰীৰ এই পৰিৱৰ্তনে পুৰুষক তেওঁলোকৰ প্ৰতি আকৰ্ষিত কৰে।
কোৱা হয় যে, অবিবাহিত ছোৱালীতকৈ বিবাহিত মহিলাৰ আত্মবিশ্বাস বেছি। তেওঁৰ আত্মবিশ্বাসেই ল’ৰাবোৰক তেওঁৰ প্ৰতি আকৰ্ষিত কৰে। পুৰুষসকলে ভাবে যে বিবাহিত মহিলাসকলে প্ৰতিটো সমস্যা ভালদৰে বুজিব পাৰে।