1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 23, 2024, 12:14 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

সাৱধান, সাৱধানঃ ট্ৰেভেল হিষ্টৰী নথকা প্ৰথম জন ব্যক্তিৰ দেহত ধৰা পৰিল মাংকীপক্স…

  • Update Time : Sunday, July 24, 2022
  • দিল্লীত দেশৰ চতুৰ্থজন ব্যক্তিৰ দেহত ধৰা পৰিল মাংকীপক্স।
  • ভয়ংকৰ কথাটো হল, লোকজনৰ নাই কোনো ভ্ৰমণ ইতিহাস।
  • ব্যক্তিজনৰ বয়স ৩১বছৰ।
  • বৰ্তমান ব্যক্তিজনক চিকিতসা চলাই থকা হৈছে আৰু শৰীৰ সুস্থিৰ বুলি সদৰি কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে।
  • দিল্লীৰ মৌলানা আজাদ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে মাংকীপক্সত  আক্ৰান্ত হোৱা ৰোগীজন ।
  • কেৰালাৰ পিছত ৰাজধানী দিল্লীত ধৰা পৰিছে ৪ নম্বৰজন  মাংকীপক্সত আক্ৰান্ত ৰোগী
  • মধ্য প্ৰাচ্য , থাইলেণ্ড আদি ঠাইৰ পৰা দেশলৈ উভতি অহা লোক সকলৰ মাজত দেখা দিছিল এই ৰোগৰ লক্ষণে ।
  • কিন্তু দিল্লীৰ এইজন লোকৰ নাই কোনো ভ্ৰমণ ইতিহাস।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme