1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 2:26 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

এই দুই সামগ্ৰী আপোনাৰ মানিবেগত যদিহে ৰাখে তেতিয়া কেতিয়াও খালী নহয় আপোনাৰ জেপ…

  • Update Time : Thursday, August 11, 2022

ডিজিটেল ডেস্কঃ মানুহৰ হাতলৈ ধন যেনেকৈ আহে, তেনেকৈয়ে খৰছ হয়। সেইবাবে কোৱা হয় পইচা হৈছে চুই চা। কিন্তু অলেখ কষ্ট কৰিও যদি আপোনাৰ মানিবেগত যদি প্ৰয়োজনীয় ধন নাথাকে তেনেহলে তাৰ বাবে আপুনি নিশ্চিতভাৱে অন্য কিছু পন্থা অৱলম্বন কৰা উচিত।  বাস্তু শাস্ত্ৰৰ মতে, আপুনি যদি কিছু নিয়ম মানি চলে তেন্তে আপোনাৰ মানিবেগ কেতিয়াও খালী নহয়। তাৰ বাবে আপুনি মানিবেগত ৰাখিব লাগিব কিছু বস্তু। বাস্তু শাস্ত্ৰৰ মতে তলত উল্লেখ কৰা এই চাৰিবিধ বস্তু আপোনাৰ মানিবেগত ৰাখিলে আপোনাৰ আৰ্থিক নাটনি কেতিয়াও নহয়।

পদুমৰ বীজঃ বাস্তু শাস্ত্ৰত পদুমৰ বীজক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰা হয়। বিশ্বাস আছে যে, পদুমৰ বীজৰ ওপৰত মা লক্ষ্মী সহজে সন্তুষ্ট হয়। এই পদুমৰ বীজ আপোনাৰ মানিবেগত ৰাখিলে আপোনাৰ কেতিয়াও আৰ্থিক নাটনি নহয়। পদুমৰ কলি মানিবেগত ৰাখিলে আৰ্থিক অৱস্থাৰ লগতে মানুহৰ মানসিক অৱস্থাও সুস্থিৰ হয়।

Lotus Seeds Kamal Gatta Halwa Benefits Recipe In Hindi | कमल गट्टा का हलवा सेहत के लिए इन 5 तरीके से है फायदेमंद, जानें बनाने का तरीका - कमल गट्टा का हलवा

আহত গছৰ পাতঃ আহত গছৰ পাতত ভগৱান বিষ্ণুয়ে বাস কৰে বুলি ধৰা হয়। যেতিয়া বিষ্ণু সন্তুষ্ট হয়, তেতিয়া আপুনা-আপুনি সন্তুষ্ট হয়  মা লক্ষ্মী । আপুনি আহতৰ পাত গংগা জলেৰে শুদ্ধি কৰি আপোনাৰ মানিবেগত ৰাখিব পাৰে। কিন্তু এটা কথা সদায় মনত ৰাখিব যে, আপোনাৰ মানিবেগত এই আহত গছৰ পাতখিলাক যাতে অইন কোনেও দেখা নাপায়।

take a table spoon powder of peepal tree, it will make you energetic | गर्म पानी के साथ लें इस पत्ते का चूर्ण, दूर होगी कमजोरी | Patrika News

 

 

 

 

 

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme