1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 4:58 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

এইবাৰ বিহুত সৰুভনী কৰিশ্মাক লৈ সাজু মহেন্দ্ৰ হাজৰিকা…

  • Update Time : Thursday, March 23, 2023

ডিজিটেল ডেস্কঃ সকলো ঠিকে ঠাকে থাকিলে এইবেলি বহাগত শিল্পী মহেন্দ্ৰ হাজৰিকাৰ সৈতে মঞ্চত দেখা যাব ভাইৰেল গাৰ্ল কৰিশ্মা নাথক। এই কথা নিজেই সদৰি কৰিছে শিল্পী মহেন্দ্ৰ হাজৰিকাই। কৰিশ্মা নাথৰ এটা শিকাৰু মন আছে বুলি উল্লেখ কৰি হাজৰিকাই কয়- ইমান শিকিব খোজা ছোৱালী এজনীক ৰাইজে বেয়া পোৱাটো অনুচিত। মই ভাৱিছো এইবাৰ বহাগত আমি একেলগে মঞ্চত উঠিম।

কৰিশ্মা নাথক প্ৰশংসা কৰি হাজৰিকাই লগতে কয়- বেলেগে অৱহেলা কৰা প্ৰতিভাৰ আকৰ বুটলি মই ভাল পাও। নিগেটিভটো কেনেকৈ পজিটিভ কৰিব পাৰি… আমি চাব লাগিব। উল্লেখ কৰা প্ৰয়োজন যে, কিছুদিনৰ আগেয়ে এক অনুষ্ঠানত কৰিশ্মাৰ সৈতে সাক্ষাত হৈছিল মহেন্দ্ৰ হাজৰিকাৰ। তেতিয়াই দুয়োৰে মাজত কথা হৈছিল আৰু অৱশেষত এই সিদ্ধান্ত লোৱাৰ কথা ৰাজহুৱা কৰিছে মহেন্দ্ৰ হাজৰিকাই।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme