উদ্ধৱ ঠাকৰেক বিশ্বাসঘাটকতা কৰাৰ ফল! পতন হ’ব পাৰে মহাৰাষ্ট্ৰৰ একনাথৰ চৰকাৰ…
-
Update Time :
Thursday, May 11, 2023
- ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে মহাৰাষ্ট্ৰৰ একনাথ সিন্দে নেতৃত্বাধীন চৰকাৰ।
- মহাৰাষ্ট্ৰৰ ১৫ বিধায়ক অযোগ্য হ’ব নে নাই উচ্চতম ন্যায়ালয়ে সিদ্ধান্ত ল’ব।
- মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু আন ১৫ জন বিধায়কৰ বিধায়ক পদ খাৰিজ হ’ব পাৰে।
- তদানীন্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে বিদ্ৰোহ কৰা বিধায়ক অযোগ্য হ’ব পাৰে।
- ৰায়দানৰ পাছত একনাথ সিন্দেৰ মুখ্যমন্ত্ৰী পদ যোৱাৰ লগতে বিপদত পৰিব মহাৰাষ্ট্ৰ চৰকাৰ।
- অৱশ্যে এতিয়ালৈকে আদালতে চূড়ান্ত ৰায়দান গ্ৰহণ কৰা নাই।
- একনাথ সিন্দে গোটে এই ব্যৱস্থাই তেওঁলোকৰ চৰকাৰক বিপদত পেলাব নোৱাৰে বুলি মন্তব্য কৰিছে।
🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক
More News Of This Category