1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 11:06 pm
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

সাৱধানে থাকিবঃ শিৱৰাত্ৰিত ভুলতো নকৰিব এই ৭টা কাম…

  • Update Time : Thursday, February 16, 2023

ডিজিটেল ডেস্কঃ  অহা ১৮ফেব্ৰুৱাৰীত মহা শিৱৰাত্ৰি। শিৱৰ আৰাধনাত উক্তদিনটোত বুৰ যাব সমগ্ৰ বিশ্ব। কিন্তু শিৱৰাত্ৰি দিনটোত ভুলটো নকৰিব তলত দিয়া এই ৭টা কাম-

১. এই দিনটোত স্নান কৰাৰ পূৰ্বে কেতিয়াও আহাৰ গ্ৰহণ নকৰিব। যিসকলে ব্ৰত ৰাখিছে, তেওঁলোকেও গা ধুইহে আহাৰ গ্ৰহণ কৰিব।

২. শিৱলিংগৰ ওপৰত প্ৰসাদ নিদিব। এনে কৰিলে শিৱ অসন্তুষ্ট হোৱাৰ লগতে অৰ্থ হানি হয় বুলি গণ্য কৰা হয়।

৩. শিৱলিংগৰ ওপৰত কেতিয়াও তুলসী পাত নিদিব। শিৱলিংগৰ ওপৰত ঠাণ্ডা গাখীৰহে ঢালিব। গাখীৰ ৰখা পাত্ৰ কাঁচ বা কাহৰ হব লাগে।

৪. শিৱ পূজাত আগবঢ়োৱা চাউল কেতিয়াও ভঙা চাউল হব নালাগে। গোটা চাউলহে আগবঢ়াব লাগে শিৱ পূজাত।

৫. শিৱপূজাত ৩টা পাত থকা বেল পাতহে শিৱলৈ আগবঢ়াব। নতুবা শিৱ অসন্তুষ্ট হয়।

৬. শিৱৰাত্ৰিত কুমকুমৰ ফোট নলগাব। চন্দনৰ ফুটহে লগাব।

৭. শিৱপূজাত কেতিয়া কেতেকী আৰু চম্পাফুল আগ নবঢ়াব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme