1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 15, 2024, 7:34 pm

বেয়া পোৱা ল’ৰাটো জিকি গ’লঃ লৈ গ’ল লাখ লাখ টকা আৰু বিলাসী গাড়ী…

  • Update Time : Monday, February 13, 2023

ডিজিটেল ডেস্কঃ সকলো অপেক্ষাৰ অন্ত পেলাই অৱশেষত ঘোষণা হল দেশৰ আটাইতকৈ জনপ্ৰিয় ৰিয়েলিটী শ্ব’ বিগ বছ-১৬ৰ চূড়ান্ত ফলাফল। সকলোকে আচৰিত কৰি এই ছিজনটোত বিজয়ী হিচাপে বিবেচিত হ’ল এম.চি ষ্টেন। ছুপাৰষ্টাৰ চলমান খানে পৰিচালিত কৰা এই ৰিয়েলিটী শ্ব’টোৰ ফাইনেলত উপনীত হৈছিল প্ৰিয়ংকা চাহাৰ চৌধুৰী, শালিন ভানোট, অৰ্চনা গৌতম আৰু এম.চি ষ্টেন।

MC Stan Sees Huge Rise in Popularity After His Appearance in Bigg Boss 16; Here's How

সকলোকে আচৰিত কৰি এই ছিজনটোত বিজয়ী হ’ল-  ৰেপাৰ এম.চি ষ্টেন। ১৯ সপ্তাহৰ অন্তত দেওবাৰে নিশা বিগ বছ-১৬ৰ শিৱ ঠাকৰেক ৰাণাৰ্নছ আপ আৰু এম.চি ষ্টেনক চূড়ান্ত বিজয়ী হিচাপে ঘোষণা কৰা হয়। বিগ বছত বিজয়ী হোৱাৰ পাছতে এম চি ষ্টেনক পুৰষ্কাৰ ৰাশি হিচাপে ৩১লাখ ৮০হাজাৰ টকাৰ লগতে এখন বিলাসী বাহনো উপহাৰ দিয়া হৈছে।

MC Stan wins Bigg Boss 16; takes home trophy and Rs 31 lakh prize money | Tv News – India TV

প্ৰাপ্ত খবৰ অনুসৰি, কিছু দিনৰ ভিতৰতে এম চি ষ্টেনে কেইবাটাও বিশেষ প্ৰকল্পত কাম কৰাৰো অফাৰ লাভ কৰিছে। ইয়াৰে কেইবাটাও গীতত অভিনয়ৰ লগতে কন্ঠদানৰ বাবে এম চি ষ্টেন চুক্তিৱদ্ধ হোৱা বুলিও জানিব পৰা গৈছে।

Bigg Boss 16 Winner: MC Stan lifts the trophy; says 'I am going to write songs about my experience in the show' - Times of India

ইফালে এম চি ষ্টেন বিজয়ী হোৱাৰ পাছতে নেটিজেন সকলৰ মাজত তীব্ৰ চৰ্চা আৰম্ভ হৈছে। বহুতে মন্তব্য কৰিছে – নভৱা আৰু কেতিয়াও চিন্তা নকৰা এটা ফলাফল ফাইনেলত ঘোষণা কৰিলে চলমান খানে। যাক লৈ বহু নেটিজেনে এতিয়াও বিগ বছ-১৬ এই ফলাফল সহজে মানি লোৱা নাই।

Bigg Boss 16: MC Stan Sees A Rise Of Over 200K+ Listeners On Spotify Since Participation On The Controversial Reality Show

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme