1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 9:42 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

সকলোৱে দিছে গৰিহনাঃ মিনিটত চকুপানী, মিনিটত হাঁহি…

  • Update Time : Saturday, January 21, 2023

 ডিজিটেল ডেস্কঃ  কাব্যঋষি নীলমণি ফুকনক শেষ বিদায় দিবলৈ ২০জানুৱাৰীত ভূতনাথ শশ্মানত বহু বিশিষ্ট ব্যক্তিৰ লগতে ৰাজনৈতিক নেতাসকলো উপস্থিত হৈছিল। সকলোৱে অশ্ৰু অঞ্জলি যাচিছিল কাব্য়ঋষিগৰাকীক। অশ্ৰুসিক্ত নয়নেৰে সকলোৱে শেষ বিদায় দিছিল জ্ঞানপীঠ বটা বিজয়ী কবিগৰাকীক।

২০জানুৱাৰীৰে সন্ধিয়া ভাগলৈ ফেচবুকত বনজুইৰ দৰে বিয়পি পৰিল এখন বিশেষ ফটো। এই ফটোখনত আছিল লুৰিণ জ্যোতি গগৈকে ধৰি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ কেইজনমান বিষয়ববীয়া। ভূতনাথ শশ্মানৰ বাহিৰতে দুই দলৰ নেতাসকলে তোলা এই ফটোখনক লৈ ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে।

কাব্যঋষিগৰাকীক শেষ বিদায় দি শশ্মানৰ বাহিৰত এনেদৰে হাঁহি হাঁহি ফটো উঠা কাণ্ডক একাংশই সহজভাৱে লব পৰা নাই। সামাজিক মাধ্যমত বহুতে লুৰিণজ্যোতি গগৈৰ লগতে উক্ত নেতাকেইজনৰ কাণ্ডক তীব্ৰ ভাষাৰে গৰিহনা দিছে।  একাংশই এনেকৈয়েও মন্তব্য প্ৰকাশ কৰিছে যে, ৰাজনৈতিক নেতাসকলে এনেদৰেই ঘৰিয়ালৰ চকুপানী টুকি এটা সময়ত আঁচল ৰূপ ওলাই পৰে।

সেয়া যি কি নহলেও, এই ফটোখনক লৈ এতিয়ালৈকে কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই এই নেতাকেইজনে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme