1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:44 am

ভাল লগা মানেই ভালপোৱা নহয়ঃ সচাঁ প্ৰেমৰ প্ৰমাণ ল’বলৈ প্ৰিয়জনক সোধক এই ৩টা প্ৰশ্ন…

  • Update Time : Friday, February 10, 2023

 ডিজিটেল ডেস্কঃ চলি আছে প্ৰেমৰ বিশেষ সপ্তাহ। কিন্তু এটা কথা সদায়ে মনত ৰাখিব প্ৰেমৰ সম্পৰ্কত অহাৰ আগতে আপুনি নিজে নিজক সুধিব যে, এয়া আচলতে ভাল লগা নে ভাল পোৱা। কিয়নো ভাল লগা আৰু ভাল পোৱা সম্পূৰ্ণ পৃথক।  সঁচা ভালপোৱা নথকাৰ বাবে বহু ক্ষেত্রত দেখা যায় ভালপোৱা হয়, বা বিয়া হয় আৰু সেয়া ভাঙিও যায় ! কিন্তু আপুনি কেনেকৈ যানিব পাৰিব, আপোনাৰ সংগীয়ে আপোনাক সঁচা ভালপায় নে অভিনয় কৰে, তাৰ বাবে আপোনাৰ সংগীক কৰক এই ৩টা প্রশ্ন-

১. তুমি মোক কিয় ভালপোৱা ?-  যেতিয়া আপুনি আপোনাৰ সংগীক এই প্রশ্নটো কৰিব, তেতিয়া তাৰ উত্তৰে ক’ব তেওঁ কেনেকুৱা ! আৰু আপোনাক তেওঁ কিমান ভালপায় । এই প্রশ্নৰ সঠিক উত্তৰটো হ’ল মই নাজানো তোমাক কিয় ভালপাওঁ । কিন্তু বহুতে এনেকুৱা উত্তৰ দিব পাৰে যে তুমি বহুত সুন্দৰী, তুমি বহুত স্মার্ট, তোমাৰ মনটো ভাল, বা তুমি বহুত ভাল, সেই বাবে মই তোমাক ভালপাওঁ । কিন্তু ভালপোৱা কাৰণ যদি এইবোৰ হয়, তেনেহলে আপুনি গভীৰ ভাৱে বুজাৰ চেষ্টা কৰক, যেতিয়া আপোনাৰ সুন্দৰতা কমি যাব, বা এইবোৰ গুণ আপোনাৰ পৰা শেষ হৈ যায় । তেতিয়া কি আপোনাৰ প্রতি থকা ভালপোৱা কমি যাব ? সেই বাবে এই প্রশ্নটো কৰাৰ প্রয়োজন আছে ।

২. যদি তোমাৰ হাতত জীৱনৰ শেষ ২৪ ঘণ্টা থাকে তেনেহলে তুমি মোৰ লগত কি কৰিব বিচৰা ?-  এই প্রশ্নৰ উত্তৰ আপুনি বিভিন্ন ধৰণে পাব পাৰে, যদি আপোনাৰ সংগীয়ে আপোনাক সঁচা ভালপায়, তেওঁ উত্তৰটো এনেকৈ দিব- তোমাৰ কলাত মূৰটো ৰাখি শেষ নিশ্বাস ত্যাগ কৰিব বিচাৰো ।

৩. তোমাৰ বিয়া যদি অইন কাৰোবাৰ লগত দিব বিছাৰে তেনেহলে তুমি কি কৰিবা ? প্রথমে ইয়াৰ সঠিক উত্তৰটো জানি লওঁ, ইয়াৰ সঠিক উত্তৰটো হ’ল- ইমান সাহস কাৰোবাৰ নাই যে মোক বেলেগ কাৰোবাৰ লগত বিয়া দিব পাৰিব । আপোনাৰ সংগী যেতিয়া এই উত্তৰটো দিব তেতিয়া বুজি ল’ব আপোনাক সঁচাই ভালপায়

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme