1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 5:54 pm
Trending:
চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting

এসময়ত BCCIক ২০লাখ টকাৰে কেনেকৈ সহায় কৰিছিল লতা মংগেশকাৰে…

  • Update Time : Sunday, February 6, 2022

ডিজিটেল ডেস্কঃ  তেওঁ গুচি গল, এৰি থৈ গল অজস্ৰ সুৰ। কেৱল সুৰেই নহয়, তেওঁ শিকাই থৈ গল সৰল-সহজভাৱে কেনেকৈ জীৱন যাপন কৰিব পাৰি। পঞ্চভূতত বিলীন হল লতা মংগেশকাৰ। কিন্তু তেওঁৰ জীৱনকালৰ বহু ঘটনা এতিয়া সোৱৰণ কৰিছে সমগ্ৰ বিশ্বই। তেনে এটা ঘটনা ঘটিছিল ১৯৮৩চনত।

তেতিয়া ভাৰতীয় ক্ৰিকেট দলে বিশ্বজয় কৰি আহিছে। দেশত বিশ্বজয়ী ভাৰতীয় দলটোৰ প্ৰতিজন সদস্য নায়কলৈ পৰিণত হৈছে। ক্ৰিকেট বলিয়া ভাৰতীয় তেতিয়া বিজয়ৰ উল্লাসত মতলীয়া। কিন্তু একে সময়তে চিন্তিত হৈ পৰিছিল বি চি চি আই। কাৰণ বিশ্বজয়ী ভাৰতীয় দলটোৰ সদস্যসকলক পুৰস্কৃত কৰিবলৈ বি চি চি আইৰ হাতত নাই ধন।
সেই সময়ৰ বি চি চি আইৰ অন্যতম প্ৰশাসক ৰাজ সিং ডুংগৰপুৰে ব’ৰ্ডৰ আন আন সদস্যসকলক এক প্ৰস্তাৱ দিলে। লতা মংগেশকাৰক এটা কনচাৰ্টৰ বাবে অনুৰোধ কৰক। এই প্ৰস্তাৱ বি চি চি আইৰ তেতিয়াৰ সভাপতি এন কে পি চালেভে আৰু ৰাজ সি‌ ডুংগৰপুৰে লতা মংগেশকাৰৰ কাষলৈ লৈ গ’ল। ব’ৰ্ডৰ এই প্ৰস্তাৱ এটা মুহূৰ্ততে মানি ল’লে লতা দিদিয়ে।
ইয়াৰ পিছতেই দিল্লীত লতা মংগেশকাৰে এটা কনচাৰ্টত অংশগ্ৰহণ কৰিলে। এই কনচাৰ্টৰ পৰা ২০ লাখ টকা উপাৰ্জন কৰিলে বি চি চি আইয়ে। ১৯৮৩ চনত ২০ লাখ টকা সৰু সংখ্যা নাছিল। কিন্তু ২০ লাখ টকা উপাৰ্জন কৰাৰ পিছতো সেই কনচাৰ্টৰ বাবে এটা টকাও মাননি হিচাপে গ্ৰহণ নকৰিলে লতা দিদিয়ে। সেই ২০ লাখৰ টকাৰ পৰাই ব’ৰ্ডে বিশ্বজয়ী প্ৰতিজন খেলুৱৈক ১ লাখকৈ টকা পুৰস্কাৰ হিচাপে আগবঢ়ালে।
এয়াই তেওঁৰ ব্যক্তিত্ব। এই সুবিশাল ব্যক্তিত্বৰ গৰাকীক জানো পাহৰিব পাৰে কোনোবাই…

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme