1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 9:05 am

ৰখাই থোৱা ট্ৰাকত খুন্দাঃ দুজনৰ মৃত্যু…

  • Update Time : Thursday, August 3, 2023
  • নিশা লখিমপুৰৰ বাইপাছত ভয়ংকৰ পথ দুঘৰ্টনা
  • লখিমপুৰৰ বাইপাছৰ পাছআলিত পথ দুৰ্ঘটনা সংঘটিত, থিতাতে মৃত্যু দুজনৰ,
  • ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰিলে এখন ব্ৰীজা গাড়ীয়ে
  • থিতাতে নিহত ব্ৰীজা গাড়ীখনৰ আৰিহী এগৰাকী যুৱতী আৰু এজন যুৱক।
  • গুৰুত্বৰ ভাৱে আহত ব্ৰীজা বাহনৰ চালক
  • ব্ৰীজাখনৰ নম্বৰ ASO7M3904
  • চিনাক্ত হোৱা নাই নিহত দুজনৰ লগতে আহত চালকৰ

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme