1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 2:49 am

অভিনেতা কিশোৰ দাসলৈ মুখ্যমন্ত্ৰীৰ সহায়ৰ হাত…

  • Update Time : Monday, February 28, 2022

ডিজিটেল ডেস্কঃ কৰ্কট ৰোগত আক্ৰান্ত অভিনেতা কিশোৰ দাসলৈ মুখ্যমন্ত্ৰী পুজিৰ পৰা আগবঢ়ালে ২.৫লাখ টকা। ইতিমধ্যে হেলথ চিটী হস্পাতালত উপস্থিত হৈ এই ধনৰাশি প্ৰদান কৰে অভিনেতাগৰাকীৰ পৰিয়ালক। ইফালে অসম চলচ্চিত্ৰ বিত্তীয় নিগমৰ তৰফৰ পৰাও অভিনেতাগৰাকীলৈ ১লাখ আগবঢ়োৱা হৈছে।

অভিনেতাগৰাকীৰ অসুস্থতাৰ খবৰৰ পাছতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জনে তেওঁলৈ আৰ্থিক অনুদান আগবঢ়াইছে। শিল্পী জুবিন গাৰ্গে তেওঁৰ চিকিতসাৰ দায়িত্ব গ্ৰহণ কৰাৰ কথা সদৰি কৰিছে। উল্লেখ্য যে, বৰ্তমান হেলথ চিটীতে ভৰ্তি হৈ আছে কিশোৰ দাস।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme