1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 4:55 pm

ফাইনেল! আপুনি চালেনে কেট-বিকিৰ বিয়াৰ প্ৰথমখন ফটো…চাই লওঁক

  • Update Time : Thursday, December 9, 2021

ডিজিটেল ডেস্কঃ সকলো এছ অ পি উফৰাই অৱশেষত ভাইৰেল হল বিকি-কেটৰীণাৰ বিয়াৰ প্ৰথমখন ফটো। ৰাজস্থানত সম্পন্ন হোৱা বিয়াৰ ফটোখন শেহতীয়াকৈ ছচিয়েল মিডিয়াত বিয়পি পৰিছে।

Live Katrina Kaif marriage today, vicky katrina wedding today, Katrina Kaif mehandi, Katrina Kaif Bride Lehanga , katrina bridal look, विक्की कौशल, कैटरीना कैफ, katrina kaif vicky kaushal news, Katrina Kaif Vicky Kaushal Wedding Photos, Vicky-Katrina Kaif Marriage News LIVE,

টুইটাৰত এগৰাকীয়ে এই ফটোখন শ্বেয়াৰ কৰাৰ লগে লগে লক্ষ লক্ষ কমেন্ট আৰু শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, বৃহস্পতিবাৰে বিয়লি ভাগত আনুষ্ঠানিকভাৱে সম্পন্ন হয় কেট-বিকিৰ বিয়াৰ সকলো নীতি-নিয়ম। এই বিবাহ অনুষ্ঠানত তেওঁৰ ঘনিষ্ঠসকলৰ বাদে অন্য কোনো লোকক প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাই।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme