1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:43 am

বিপদ বাঢ়িছে! এইবাৰ তিহাৰ জেলত ইডিয়ে গ্ৰেপ্তাৰ কৰিলে মনীষ চিচৌদিয়াক…

  • Update Time : Thursday, March 9, 2023

ডিজিটেল ডেস্কঃ দিনটোৰ সোধ-পোচৰ অন্তত ইডিয়ে গ্ৰেপ্তাৰ কৰিলে দিল্লীৰ শিক্ষামন্ত্ৰী মনীষ চিচৌদিয়াক। চি বি আয়ে প্ৰথমে গ্ৰেপ্তাৰ কৰাৰ পাছত ৯মাৰ্চত ই ডিয়ে গ্ৰেপ্তাৰ কৰে মনীষ চিচৌদিয়াক।

তিহাৰ জেলত দুদিনকৈ সোধ-পোচৰ অন্তত মনীষ চিচৌদিয়াক গ্ৰেপ্তাৰ কৰে ইডিয়ে। সুৰা কেলেংকাৰীক লৈ মনীষ চিচৌদিয়াক প্ৰথমে চি বি আয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত তিহাৰ জেলত ৰখা হৈছিল।

উল্লেখ কৰা প্ৰয়োজন যে, মনীষ চিচৌদিয়াৰ বিৰুদ্ধে উপযুক্ত প্ৰমান পোৱাৰ পাছতে চিবিআয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও আম আদমী পাৰ্টিয়ে এয়া এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme