1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:42 am

শোকাৱহঃ সকামৰ পেণ্ডেল নিৰ্মাণ কৰি থাকোতে বিদ্যুতত লাগি শিৱসাগৰত মাইনাৰ মৃত্যু…

  • Update Time : Thursday, September 1, 2022
  • শিৱসাগৰত শোকাৱহ ঘটনা।
  • সকামৰ ৰভা নিৰ্মাণ কৰি থাকোতেই এগৰাকী পেণ্ডেল কৰ্মীয়ে বিদ্যুতস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি ললে।
  • শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ফুকন নগৰত এই ঘটনা।
  • শিৱসাগৰ চহৰ ফুকন নগৰৰ নিবাসী শিখা শৰ্মাৰ গৃহত আয়োজন কৰা মাংগলিক অনুষ্ঠানত পেণ্ডেল নিৰ্মাণ কৰি আছিল লোকজনে।
  • প্ৰাপ্ত বাতৰি মতে বাবু পেণ্ডেলৰ কৰ্মচাৰী তথা দৰিকাপাৰ নাওজান গাঁৱৰ নিৱাসী মাইনাই আন সতীৰ্থ সকলৰ সৈতে পেণ্ডেল নিৰ্মাণৰ কামত নিয়োজিত আছিল ৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme