1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:44 am

ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৪

  • Update Time : Saturday, January 8, 2022

ডিজিটেল ডেস্কঃ শনিবাৰে পুৱতি নিশা কৰ্ণাটকত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ৪গৰাকী লোক থিতাতে নিহত হয়। কেইবাজনো লোক আহত হৈছে আৰু আহত সকলো চিকিতসাধীন হৈ আছে হস্পাতালত। প্ৰশাসনে জানিবলৈ দিয়া মতে, তীব্ৰ গতি আৰু ঘন কুৱলীঁৰ বাবেই সংঘটিত হবলৈ পালে এই দুৰ্ঘটনা। উল্লেখ্য যে, এক স্কৰপিঅ বাহনে এখন ট্ৰাকত পিছফালৰ পৰা খুন্দা মৰাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনা।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme