1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 23, 2024, 12:29 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

এঘন্টাত উপাৰ্জন ৫০লাখঃ এদিন ৫০০টকা জেপত লৈ মুম্বাইলৈ আহিছিল কপিল শৰ্মা…

  • Update Time : Tuesday, September 13, 2022

ডিজিটেল ডেস্কঃ মাতৃৰ আৰ্শীবাদ শিৰত লৈ এসোপাঁ সপোন বুকুত বান্ধি এদিন লৰাটো আহিছিল মুম্বাইলৈ। স্বভাৱসুুলভভাৱে কথা কলেই লৰাজনৰ কথাত মানুহে হঁহাৰ সমল বিচাৰি পাইছিল। কোনে জানিছিল মাত্ৰ ৫০০টকা জেপত লৈ অমৃতশ্বৰৰ পৰা মুম্বাইৰ মায়ানগৰীত প্ৰৱেশ কৰা লৰাটোৱে এদিন সমগ্ৰ বিশ্বকে হহুঁৱাব আৰু হৈ পৰিব দেশৰ আটাইতকৈ ধনী কমেডিয়ান।  আমি কব খোজা সেই লৰাজনেই হৈছে বৰ্তমান সময়ত প্ৰতিগৰাকী ভাৰতীয়ৰ বুকুত অন্য এখন আসন বনাবলৈ সক্ষম হোৱা কপিল শৰ্মা।

মিডিয়া ৰিৰ্পট অনুসৰি কপিল শৰ্মাৰ বৰ্তমান সম্পত্তিৰ পৰিমাণ ৩৫মিলিয়ন ডলাৰ অৰ্থাত ২৭৫কোটি।  প্ৰথম অৱস্থাত কপিল শৰ্মাই বৰ্তমান কৰি থকা শ্ব’টোৰ এটা খণ্ডৰ বাবদ ১০লাখ টকা লৈছিল যদিও বৰ্তমান কপিল শৰ্মাই এটা episodeৰ বাবদ লয় ৫০লাখৰো অধিক টকা। এটা অনুষ্ঠানত কপিল শৰ্মাক মাতিলে আয়োজকে দিব লাগে ৭০-৮০লাখ টকা।

বিজ্ঞাপনত অভিনয়ৰ বাবে কপিল শৰ্মাৰ মাননি ১কোটিৰো অধিক। কপিল শৰ্মাৰ মাহে উপাৰ্জন প্ৰায় ৩কোটি আৰু বছৰি ৩৫কোটিৰো অধিক টকা উপাৰ্জন কৰে।  ২০১২চনতে কপিলে মুম্বাইত ৮লাখ টকাৰ বিনিময়ত এটা ঘৰ ক্ৰয় কৰিছিল। মুম্বাইৰ কেইবাস্থানতো আছে কপিল শৰ্মাৰ বিলাসী ফ্লেট।

কপিল শৰ্মা Mercedes – Benz  আৰু Volvo XC দৰে দুখন বিলাসী গাড়ীৰ লগতে কেইবাখনো গাড়ীৰ গৰাকী।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme