1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 6:21 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

উফ, বিধিৰ কি বিধান! একেলগে প্ৰাণ গ’ল চাৰি বন্ধুৰ…

  • Update Time : Tuesday, June 28, 2022

ডিজিটেল ডেস্কঃ একেলগে হাহি-স্ফূৰ্তিৰে গুৱাহাটীৰ পৰা যোৰহাটলৈ ৰাওঁনা হৈছিল ৫বন্ধু। কিন্তু বিধিৰ কি বিধান! গুৱাহাটীৰ পৰা কলিয়াবৰ পোৱাৰ পাছতে ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গল ৪বন্ধুৰ আৰু এজনৰ অৱস্থা অতি সংকটজনক, যিয়ে এতিয়া জীৱন-মৃত্যুৰ যুঁজি আছে হস্পাতালৰ বিচনাত। কলিয়াবৰৰ কাঞ্চনজুৰিত সংঘটিত হয় এই ঘটনাটো।

তীব্ৰ বেগত গৈ থকা AURA বিলাসী গাড়ীখন সোমাইগৈ এটা দ খাৱৈত। নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত সোমাই যোৱা বিলাসী বাহনখনৰ নম্বৰ AS03 AE8003

উল্লেখ কৰা প্ৰয়োজন যে, ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গৈছে অংকুৰজ্যোতি বৰা, ঋষভ দাস, লোহিত দাস, ৰাহুল সেনাপতিৰ। বাহনখনত আছিল ৫গৰাকী যুৱক।

গুৰুতৰভাৱে আহত শচীন বৰদলৈ নামৰ যুৱকজন। প্ৰাপ্ত খবৰ অনুসৰি, গুৱাহাটীৰ পৰা যোৰহাটলৈ গৈ আছিল বাহনখন।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme