1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 2:58 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

মনত ৰাখি থওকঃ A, P আৰু K আখৰৰ ছোৱালী অহংকাৰী হয়!

  • Update Time : Thursday, June 22, 2023

ডিজিটেল ডেস্কঃ  কিছুমান কথা আমি বিশ্বাস কৰো আৰু কিছুমান কথা আমি বিশ্বাস নকৰো। প্ৰচলিত যিকোনো কথা বিশ্বাস কৰা নকৰাটো একান্ত ব্যক্তিগত কথা। কিন্তু কিছুমান কথাৰ সত্যতা একেবাৰে নোহোৱাও নহয়। সংখ্যাতত্ব অনুসৰি, কিছুমান বিশেষ শব্দৰে আৰম্ভ হোৱা নামৰ ছোৱালী সাধাৰণতে অহংকাৰী হয়। জানো আহকচোন তাৰে কিছু কথাঃ-

প্ৰথমে A, আখৰে নাম আৰম্ভ হোৱা ছোৱালী। 

A আখৰে নাম আৰম্ভ হোৱা ছোৱালীৰ জীৱনৰ গতি অলপ উচ্ছ হয়।Aনামৰ ছোৱালীবোৰে নিজতকৈ তলৰ লোকক বেছি গুৰুত্ব নিদিয়ে।এওঁলোকৰ পচন্দ বহুত উচ্চ হয়।সেইবাবেA বৰ্ণৰ ছোৱালীৰ স্বভাৱত অহংকাৰ আহি যায়।বহুবাৰ এওঁলোকে নিজে অনুভৱ কৰিব নোঁৱাৰে,এওঁলোকে নিজে কিমান অহংকাৰ কৰি গৈছে।সেইবাবে Aবৰ্ণৰ ছোৱালীৰ মন জয় কৰাটো কঠিন হয় পৰে।

দ্বিতীয়তে,P আখৰে নাম আৰম্ভ হোৱা ছোৱালী।

Pবৰ্ণৰ ছোৱালী অহংকাৰী হয়।কিন্তু এওঁলোকে বাহিৰৰ পৰা এনে কৰি দেখুৱাই,যেন এওঁলোকে একেবাৰে অহংকাৰ নকৰে।কিন্তু জীৱনত কিবা কৰিবলৈ আহিলে,তেতিয়া এওঁলোকৰ মুখত অহংকাৰে নিজে দেখা দিয়েহি।Pআখৰৰ বৰ্ণৰ ছোৱালীয়ে নিজকে স্বৰ্গৰ পৰি বুলি ভাৱে।সেইবাবে P আখৰৰ ছোৱালীক লৰাবোৰে বেছি গুৰুত্ব নিদিয়ে। প্ৰায় বোৰ লৰাই এওঁলোকক অহংকাৰী বুলি জানে।এওঁলোকৰ ওচৰত কিবা বিশেষ গুণ থাকিলে তেতিয়া P আখৰৰ ছোৱালীয়ে অধিক অহংকাৰ কৰে।

তৃতীয়তে K আখৰে নাম আৰম্ভ হোৱা ছোৱালী।

K নামৰ ছোৱালীয়ে টকা পইচা,নিজৰ সৌন্দর্য্যক লৈ অহংকাৰ কৰে।Kনামৰ ছোৱালীয়ে নিজৰ তলৰ খাপৰ লোকৰ লগত কথা পাতিবলৈ পচন্দ নকৰে।এওঁলোকৰ ভিতৰত জ্বলনৰ ভাৱনা বহুত বেছি থাকে।যদি Kনামৰ ছোৱালীয়ে কোনোবা আগবাঢ়ি যায়,তেতিয়া এওঁলোকে বহুত বেয়া পায়।।আৰু এওঁলোকৰ ভিতৰত অহংকাৰ আহি যায়।সেইবাবে Kনামৰ ছোৱালীৰ বহু শক্ৰ হয়।।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme