1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 7:03 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

ডিজিটেল ডেস্কঃ মমতা বেনাৰ্জীৰ কাষত থকাৰ মন  অসমৰ মোহময়ী অভিনেত্ৰী জুপিতৰা ভূঞাৰ। আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পাছতে অভিনেত্ৰীগৰাকীক লৈ এতিয়া ৰাজনৈতিক মহল তীব্ৰ চৰ্চা আৰম্ভ হৈছে। বহুতে কৈছে- হঠাতে কিয় এনে সিদ্ধান্ত ললে অভিনেত্ৰীগৰাকীয়ে! সেয়া যি কি নহলেও অনুৰাগীসকলে অভিনন্দন জ্ঞাপন কৰিছে অভিনেত্ৰীগৰাকীক।

শুকুৰবাৰে গুৱাহাটীস্থিত তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ত দলটোত যোগদান কৰি জুপিতৰা ভূঞাই কয়- তেওঁক দলে দিয়া সকলো দায়িত্ব নিষ্ঠাসহকাৰে পালন কৰি যাব। ৰাইজৰ সমস্যাৰ সন্দৰ্ভত আগন্তুক সময়ত সজাগ হৈ থাকিব বুলিও কলে অভিনেত্ৰীগৰাকীয়ে।

সাংবাদিকৰ সন্মুখত অভিনেত্ৰীগৰাকীয়ে ৰাজনীতি আৰু অভিনয় একাকাৰ নকৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয়- ৰাজনীতিত ভৰি থলেও মই অভিনয় কেতিয়াও নেৰো।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme