1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 7, 2025, 2:48 am
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

আপুনি জাননে, কি কাৰনত জামিন পালে জোনমণিৰ গাড়ীত খুন্দিওৱা ট্ৰাকখনৰ চালকে…

  • Update Time : Saturday, May 27, 2023

ডিজিটেল ডেস্কঃ চাৰিওফালে এতিয়া তীব্ৰ বিতৰ্ক। সকলোৰে মনত এটাই প্ৰশ্ন- কেনেকৈ ইমান কম সময়ত জামিন লাভ কৰিলে জোনমণি ৰাভাৰ গাড়়ীত খুন্দিওৱা ট্ৰাকখনৰ চালক সুমিত কুমাৰে। নিজে আত্মসমৰ্পণ কৰা সুমিতে তলে তলে জামিন লৈও বিহাৰস্থিত নিজৰ বাসভৱন পালেগৈ বুলি বাতৰি প্ৰকাশ হোৱাৰ পাছতে তীব্ৰ চৰ্চা সমগ্ৰ অসমত।

কিন্তু আপুনি জানেনে, কি কাৰনত ইমান কম সময়তে জামিন লাভ কৰিলে সুমিতে! ইয়াৰ কাৰন হ’ল, সুমিতৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ। জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্তকাৰী বিষয়া তথা জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই জানিবলৈ দিছে গোচৰৰ তথ্য। ৮৪/২৩ নম্বৰত ৰুজু হৈছে এই গোচৰ। ভাৰতীয় দণ্ডবিধি আইনৰ ২৭৯/৪২৭/৩০৪ (এ) ধাৰাত ৰুজু হৈছিল সুমিত কুমাৰৰ বিৰুদ্ধে গোচৰ।

আমি জনা উচিত যে, , ৰাচ এণ্ড নেগলিজেঞ্চ, ডেমেঞ্জ, কজিং ডেথ বাই নেগলিজেঞ্চ এই কেইটা ধাৰাত গোচৰ ৰুজু হোৱাত এটা কথা স্পষ্ট হৈ পৰিছে যে, আৰক্ষীয়ে সমগ্ৰ ঘটনাটো এক প্ৰকাৰৰ দুৰ্ঘটনা বুলিয়েই নিশ্চিত হৈছে। সেইবাবেই কম সময়ৰ ভিতৰতে ৰাজ্য কপোৱা এটা বিষয়টো জামিন পালে সুমিতে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme