1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 7:09 am

মাজত মাত্ৰ কেইটামান ঘন্টাঃ জোনবাইৰ বুকুত উৰিব ভাৰতৰ ত্ৰিৰংগা…

  • Update Time : Sunday, August 13, 2023

ডিজিটেল ডেস্কঃ এক বিৰল মূৰ্হূতৰ সাক্ষী হবলৈ সাজু হওক দেশ তথা বিশ্ববাসী।  ১৪আগষ্টৰ দিনটো প্ৰতিগৰাকী ভাৰতবাসীৰ বাবে স্মৰণীয় হৈ ৰব, কিয়নো এই দিনটোতে চন্দ্ৰযান-৩য়ে জোনবাইৰ বুকুত উৰুৱাব ভাৰতৰ ত্ৰিৰংগা।  ১৪আগষ্টৰ পুৱা ১১.৩০পৰা পৰা ১২.৩০বজাৰ ভিতৰত চন্দ্ৰৰ বুকুত চন্দ্ৰযান-৩য়ে প্ৰৱেশ কৰি উৰুৱাব দেশৰ ত্ৰিৰংগা।

উল্লেখ কৰা প্ৰয়োজন যে, ১৪জুলাইত প্ৰক্ষেপন কৰা হৈছিল চন্দ্ৰযান-৩।  ভাৰতীয় মহাকাশ বিজ্ঞানী সংস্থাই শেহতীয়াকৈ বেংগালুৰুৰ পৰা এই সমগ্ৰ কাম তদাৰক কৰিব বুলিও সদৰী কৰিছে। এতিয়া সকলোৰে অপেক্ষা ১৪আগষ্টলৈ। দেশৰ স্বাধীনতা দিৱসৰ আগদিনা চন্দ্ৰযান-৩ৰ এই যাত্ৰা সফল হলে দেশবাসীৰ বাবে এই দিনটো হৈ পৰিব স্মৰণীয়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme