1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 11:21 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

ISRO-ৰ বিজ্ঞানী অসম কন্যা নাজনীন ইয়াছমিন

  • Update Time : Tuesday, December 21, 2021

ডিজিটেল ডেস্কঃ ৰাজ্যলৈ অন্য এক সুখবৰ। ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনিছে অসম নগাঁওৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে। ISRO-ৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত হৈছে অসম কন্যা নাজনীন ইয়াছমিন।

নগাঁও জিলাৰ জুৰিয়াৰ কদমনি টাউন হাইস্কুলৰ শিক্ষক দম্পতী আবুল কালাম আজাদ আৰু মঞ্জিলা বেগমৰ কন্যা নাজনীন ইয়াছমিন। নিজ কন্যা ISRO-ৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত হোৱাটোৱে সুখী কৰি তুলিছে পিতৃ-মাতৃক। সমগ্ৰ নগাঁওবাসীয়ে নাজনীনক লৈ গৌৰৱাম্বিত হৈ পৰা পৰিলক্ষিত হৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme