1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2025, 2:40 am
Trending:
নিশা বহু দেৰিলৈকে টোপনি আপোনাৰো নাহে নেকি? শীঘ্ৰেই সলনি কৰক এই অভ্যাস অন্যথা বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব ৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов

জুবিনৰ বিয়া! নিকিতাৰ সৈতে একেলগে ৰেষ্টুৰেন্টত বহি থকা ফটো ভাইৰেল…

  • Update Time : Saturday, March 12, 2022

ডিজিটেল ডেস্কঃ কথাটো ঘুনুক-ঘানাকৈ ওলায়ে আছিল। একেবাৰে ওচৰৰ বন্ধুসকলেও কথাটো জানে। কিন্তু কোনেও কোনোদিন প্ৰকাশ কৰা নাই। কিন্তু প্ৰকাশ নকৰিলেও জুই জ্বলিয়ে ধোৱা কোনেও ঢাকি ৰাখি নোৱাৰে। এতিয়া পৰিস্থিতি তেনেকুৱাই। শেহতীয়াকৈ দুয়োগৰাকী প্ৰেমিক যুগলক একেলেগে ৰেষ্টুৰেন্টত সাংবাদিকে দেখাৰ পাছত এতিয়া চৰ্চা আৰু তীব্ৰতৰ হৈছে। চৰ্চা গৈ এনে পৰ্যায় পাইছেগৈ যে, অচিৰেই দুয়ো আৱদ্ধ হব বিবাহপাশত।

শেহতীয়াকৈ প্ৰাপ্ত খবৰ অনুসৰি, জুবিনৰ ঘৰলৈ আহিছে প্ৰেমিকাৰ আত্মীয়ও। বিয়াৰ দিন-বাৰৰ লগতে কত কেনেকৈ বিয়া হব তাকো প্লেন কৰিছে পৰিয়ালে। কোটি কোটি অনুৰাগী নিজৰ কন্ঠৰে মোহাচন্ন কৰা জুবিনৰ এই খবৰে হয়তো বহু অনুৰাগীৰ হিয়া ভাঙিব। কিন্তু হিয়া ভাঙিলেও এই খবৰ একেবাৰে মিছা নহয়। জুবিন আৰু সেই বিশেষ অভিনেত্ৰীগৰাকীৰ প্ৰেমৰ প্ৰকাশ পাইছে তেওঁলোকৰ কমেন্টতো। চাওঁক এই কমেন্ট দুটা-

jubin nautiyal comment jubin nautiyal comment

 

দেশৰ এগৰাকী বিখ্যাত কন্ঠশিল্পী জুবিন নৌটিয়ালৰ প্ৰেমৰ চৰ্চা শেহতীয়াকৈ সংবাদ শিৰোনাম দখল কৰিছে। প্ৰেমিকা কোন জানিলে আপুনিও আচৰিত হব। অভিনেত্ৰী নিকিতা দত্তৰ প্ৰেমত পৰিছে সুৰীয়া কন্ঠৰ গৰাকী জুবিন নৌটিয়াল। শেহতীয়াকৈ তেওঁলোকক দেখা গৈছে এখন ৰেষ্টুৰেন্টতো।

jubin nautiyal jubin nautiyal jubin nautiyal

উল্লেখ কৰা প্ৰয়োজন যে, কবীৰ সিঙত অভিনয় কৰাৰ লগতে নিকিতা দত্তই কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme