1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 10:35 pm
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

IPS ঐশ্বৰ্যা সিংঃ বাস্তৱৰ সন্মুখত যেতিয়া সপোন সৰু হৈ পৰে…

  • Update Time : Sunday, February 12, 2023

ডিজিটেল ডেস্কঃ কিছুমান বাস্তৱৰ সন্মুখত কেতিয়াবা সপোনো সৰু হৈ পৰে। আৰু তেনে এক বাস্তৱৰে মুখামুখি হ’ল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং। এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে কেইবাটাও দশক নিজৰ সুনিপুণতাৰ পৰিচয় দিয়াৰ পাছত পিতৃ হিচাপেও এজন সফল ব্যক্তি বুলি পৰিগণিত হ’ল অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানগৰাকী।

Image

জি পি সিঙৰ খবৰটো ইতিমধ্যে সকলোৱে পাইছেই। সকলোৱে একেমুখে অভিনন্দন জ্ঞাপন কৰিছে আৰক্ষী বিষয়াগৰাকীক।  উল্লেখযোগ্য যে, অসমৰ ডিজিপি জি পি সিঙৰ কন্যা, ৭৪ বেটছৰ IPS ঐশ্বৰ্য্য সিঙে কালি হায়দৰাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল নেচনেল পুলিচ একাডেমীৰ পৰা আইপিএছ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে।

Image

পিতৃ জি পি সিঙৰ পদাংক অনুসৰণ কৰি আইপিএছ বিষয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰে কন্যা ঐশ্বৰ্যা সিঙে। সৰুৰে পৰাই এটা সপোনৰ পিছা কৰি ঐশ্বৰ্যা সিঙে সকলো কাম অতি নিয়াৰিকৈ কৰি গৈছিল। ২০২১ বৰ্ষৰ ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত ৯৭ সংখ্যক স্থান লাভ কৰি ঐশ্বৰ্য্য সিঙ আইপিএছৰ বাবে মনোনীত হৈছিল। ইয়াৰ পূৰ্বেও তেওঁ ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া হিচাপে নিযুক্তি লাভ কৰিছিল।

May be an image of 2 people, people standing and outdoors

কন্যাৰ সফলতাত এতিয়া অতিকৈ সুখী জি পি সিং। ছচিয়েল মিডিয়াত ইতিমধ্যে তেওঁ নিজৰ সুখ ব্যক্ত কৰিছে। সকলোৱে আশা কৰে নিজৰ সন্তান এদিন ভাল মানুহ আৰু ডাঙৰ মানুহ হব। সেই আশাকেই বাস্তৱ ৰূপ দি কন্য়া ঐশ্বৰ্যা সিঙে পিতৃ জি পি সিঙক উপহাৰ দিলে ।

Image

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme