1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 11:30 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

মহাৰাষ্ট্ৰত নতুন চৰকাৰঃ উদ্ধৱ থাকৰেৰ সংগী NCPৰ মুৰব্বী শৰদ পাৱাৰলৈ আয়কৰ বিভাগৰ জাননী…

  • Update Time : Friday, July 1, 2022
  • মহাৰাষ্ট্ৰৰ নতুন চৰকাৰ গঠনৰ পাছতে বিপদত পৰিছে শৰদ পাৱাৰ।
  • এন চি পিৰ নেতাগৰাকীলৈ আয়কৰ বিভাগৰ জাননী।
  • বুধবাৰেই এই জাননী প্ৰেৰণ কৰা হৈছে এন চি পিৰ নেতাগৰাকীলৈ।
  • ২০০৪,২০০৯,২০১৪ আৰু ২০২০ৰ আয়ৰ ক্ষেত্ৰত থকা বিসংগতিক লৈ এই জাননী।
  • এই জাননীৰ উত্তৰ দিবলৈ নিৰ্দেশ আয়কৰ বিভাগৰ।
  • উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ শিৱসেনা চৰকাৰৰ সংগী দল আছিল এন চি পি।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme