1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:38 am

সলনি হ’ব পৰীক্ষা পদ্ধতিঃ কাইলৈৰ পৰা মেট্ৰিক…

  • Update Time : Thursday, March 2, 2023

ডিজিটেল ডেস্কঃ ৩মাৰ্চ অৰ্থাত শুকুৰবাৰৰ পৰা মেট্ৰিক পৰীক্ষা আৰম্ভ হব। ২০২৩ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা এইবাৰ নতুন শিক্ষা নীতিৰ আধাৰত অনুষ্ঠিত হ’ব। এই পৰীক্ষাত  ৪টাকৈ মুখ্য বিষয়ত নতুন পৰিৱৰ্তন আনিছে SEBAই। ৪টা বিষয়ত দুখনকৈ হ’ব উত্তৰ বহী।

উল্লেখ কৰা প্ৰয়োজন যে,  পৰিৱৰ্তন অনা বিষয়কেইটা-গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান। প্রথমখন হ’ব ৮ পৃষ্ঠাৰ বস্তুনিষ্ঠ প্রশ্নকাকত আৰু দ্বিতীয়খন হ’ব ১৬ পৃষ্ঠাৰ বৰ্ণনাত্মক প্রশ্নকাকত।

ইফালে, এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব ৪ লাখ ২৩ হাজাৰ পৰীক্ষাৰ্থী। ৩ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ অনুষ্ঠিত হ’ব পৰীক্ষা। অসমৰ মুঠ ৯১২টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা। প্ৰশাসনে কেন্দ্ৰত জাৰি কৰিছে ১৪৪ধাৰা, থাকিব CCTV কেমেৰা ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme