1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 5:50 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পালে ১৬হাজাৰ টকা…

  • Update Time : Tuesday, July 5, 2022
  • ৰাজ্যিক কেবিনেট বৈঠকত মঙলবাৰে লোৱা হয় এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
  • এতিয়াৰে পৰা আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা নহয় শিক্ষাৰ্থীক।
  • এই বঁটাৰ পৰিৱৰ্তে এতিয়া ১৬ হাজাৰকৈ টকা প্ৰদান কৰা হ’ব শিক্ষাৰ্থীসকলক।
  • প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক প্ৰদান কৰি অহা হৈছিল এই বঁটা।
  • বঁটাৰ লগত প্ৰথমে ডেক্সটপ আৰু ইয়াৰ পিছত লেপটপ প্ৰদান কৰা হৈছিল।
  • এই বৰ্ষত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ২২ হাজাৰ শিক্ষাৰ্থীক প্ৰদান কৰা হ’ব ১৬ হাজাৰকৈ টকা।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme