1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:44 am

নাপালেগৈ স্কুলঃ ট্ৰাকৰ খুন্দাত ৭গৰাকী স্কুলীয়া শিক্ষাৰ্থীৰ মৃত্যু…

  • Update Time : Thursday, February 9, 2023
  • মৰ্মান্তিক ঘটনা সংঘটিত হৈছে চত্তীশগড়ত।
  • স্কুললৈ শিক্ষাৰ্থী লৈ যোৱা অটোত ট্ৰাকৰ প্ৰচণ্ড খুন্দা।
  • থিতাতে মৃত্যু হয় ৭গৰাকী শিক্ষাৰ্থীৰ
  • চত্তীশগড়ৰ কাঙ্কৰ জিলাত সংঘটিত হৈছে এই ঘটনা।
  • আৰক্ষীয়ে সদৰি কৰা অনুসৰি ট্ৰাকখনৰ প্ৰচণ্ড গতিৰ বাবেই সংঘটিত এই ঘটনা।
  • ৭গৰাকী স্কুলীয়া শিক্ষাৰ্থীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে চত্তীশগড়ৰ মুখ্যমন্ত্ৰীয়ে।
  • দুৰ্ঘটনাত মৃত্যু হোৱা ৭গৰাকীৰ ভিতৰত ৫গৰাকী শিক্ষাৰ্থী থিতাতে মৃত্যু হয়।
  • বাকী দুগৰাকী মৃত্যু হয় হস্পাতালত।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme